গঁড় হত্যা! এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ'ল গঁড় হত্যা

Rhino Death

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা।

উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ শিলেখন্দা বন শিবিৰত বন কৰ্মীয়ে উদ্ধাৰ কৰিলে এটা মৃত গঁড়।

চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ বন বিভাগৰ। যদি চোৰাং চিকাৰীয়ে হত্যা কৰিছে তেন্তে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এয়া প্ৰথমটো গঁড় হত্যাৰ ঘটনা।

Category
Profile picture for user UB Photos