আজি হাফলঙত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
বৈঠকৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য।
ক’ভিড-১৯, প্ৰতিৰোধ, চিকিৎসাৰ বাবে নতুন নিৰ্দেশনা।
ক’ভিড পৰীক্ষাৰ নামত জৰুৰী চিকিৎসা সেৱা ব্যাহত নহ’ব।
লক্ষণ নথকা গৰ্ভৱতী মহিলাৰ ক’ভিড টেষ্ট জৰুৰী নহ’ব।
টেষ্টৰ অভাৱত ৰোগীক আন হাস্পতাললৈ প্ৰেৰণ কৰিব নোৱাৰিব।
ভৰ্তি হোৱাৰ ৫ দিনৰ পিছতে ক’ভিড আক্ৰান্তক ৰিলিজ দিব।
একেলগে ৩ দিন লক্ষণবিহীন হৈ থাকিলে আক্ৰান্তক ঘৰলৈ যাব দিব।
ৰিলিজ দিয়াৰ সময়ত ৰোগীৰ ক’ভিড টেষ্ট জৰুৰী নহ’ব।
৫ দিন হাস্পতালত থাকি অহা ৰোগীয়ে দুদিন কটাব লাগিব ঘৰত।
আক্ৰান্ত হোৱাৰ ৭ দিনৰ পিছত ক’ভিডমক্ত বিবেচিত হ’ব।
- Log in to post comments