ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি ক'ভিডৰ সংক্ৰমণ, এদিনতে আক্ৰান্ত ৬ হাজাৰৰ অধিক লোক

Assam Covid Positivity rate

⚫ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি ক'ভিডৰ সংক্ৰমণ

⚫সোমবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত ৬৯৮২ জন

⚫কামৰূপ (ম)ত সৰ্বাধিক আক্ৰান্ত ১৪৯১ জন

⚫২৪ ঘণ্টাত ৰাজ্যত ক’ৰোনাত মৃত্যু ১১ জনৰ

⚫সোমবাৰে সম্পন্ন হয় ৬৪,৯১৯ জনৰ ক’ভিড পৰীক্ষা

⚫সংক্ৰমণৰ হাৰ ১০.৭৫ শতাংশলৈ বৃদ্ধি

⚫ৰাজ্যত আৰোগ্যৰ হাৰ ৯৫.১৮ শতাংশ

Category
Profile picture for user UB Photos