মেঘালয়ত জাৰি নতুন SOP!
মেঘালয়ত প্ৰৱেশ কৰিবলৈ হ'লে লাগিব RTPCR
দেশত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন মেঘালয় চৰকাৰ
৭২ ঘণ্টাৰ ভিতৰত পৰীক্ষা কৰা ৰিপৰ্ট দেখুৱাব লাগিব প্ৰবেশ পথত
মেঘালয়ত যুগ্ন অযুগ্ম পদ্ধতি মানিহে প্ৰৱেশ কৰিব পাৰিব
জনসমাগম হ'ব পৰা সামাজিক ৰাজনৈতিক অনুষ্ঠান নিষিদ্ধ
শেষকৃত্য অনুষ্ঠানত ৫০ জনক অনুমতি
বিবাহ অনুষ্ঠানত ৫০% লোকৰ অনুমতি
মুকলি স্থানত অনুষ্ঠিত বিবাহত সৰ্বাধিক ১০০ জন লোকক অনুমতি
Category
- Log in to post comments