- নতুন বছৰত অসমত বৃদ্ধি পাব ভূমিৰ ক্ষেত্ৰীয় মূল্য
- লগতে বৃদ্ধি পাব মাটিৰ খাজনা
- ফ্লেটৰ ৰাজহৰ পৰিমাণো বৃদ্ধি
- জিলা পৰ্যায়ত পৃথকে পৃথকে নিৰ্ধাৰণ ভূমিৰ ক্ষেত্ৰীয় মূল্য
- কামৰূপ মহানগৰত ৭০ৰ পৰা ৩০০% পৰ্যন্ত মূল্যবৃদ্ধিৰ প্ৰস্তাৱ
- মহানগৰ জিলাৰ ৫ ৰাজহ চক্ৰ এলেকাত পৃথক মূল্য নিৰ্ধাৰণ
Category
- Log in to post comments