ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অ’মিক্ৰণৰ আতংক!

Dibrugarh University

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অ’মিক্ৰণৰ আতংক!

বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দেহত অ’মিক্ৰণৰ সন্দেহ

এসপ্তাহ পূৰ্বে আফ্ৰিকাৰ পৰা আহিছিল ছাত্ৰজন

RMRC পৰীক্ষাগাৰত পজিটিভ ধৰা পৰে ছাত্ৰজনৰ

বৰ্তমান জকাই ক’ভিড হাস্পতালত আইশ্বলেছনত ৰখা হৈছে ছাত্ৰজনক

Category
Profile picture for user UB Photos