
অ’মিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP
নিশা ১১.৩০ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ সান্ধ্য আইন
নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব দোকান-পোহাৰ
৩১ ডিচেম্বৰৰ নিশা নাথাকিব সান্ধ্য আইন
সভা সমিতিসমূহত ৫০ শতাংশ আসনৰ ব্যৱহাৰ
৫০ শতাংশ আসনৰ অনুমতি চিনেমা হলত
কাইলৈৰ পৰা বলৱৎ হ’ব নতুন SOP
Category
- Log in to post comments