অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মবাৰ্ষিকী: দীঘলীপুখুৰীৰ পাৰত বিজেপিৰ ‘সুশাসন দিৱস’ উদযাপন

Atal Bihari Bajpayee

আজি অটল বিহাৰী বাজপেয়ীৰ জন্মদিন। দেশজুৰি উদযাপন বাজপেয়ীৰ জন্মদিন। জন্মদিনৰ দিনটোত স্মৰণ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। জন্মদিন উপলক্ষে দেশজুৰি পালন কৰা হৈছে সুশাসন দিৱস।

গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰতো বিজেপিৰ উদ্যোগত বিশেষ অনুষ্ঠান। বিজেপি অসম প্ৰদেশে আয়োজন কৰা অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ কুইন ওজাৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকল।

এই বিশেষ দিনটোত দেশৰ এজন সুশাসক অটল বিহাৰী বাজপেয়ীক স্মৰণ কৰা হৈছে।

Category
Profile picture for user UB Photos