লোমহৰ্ষক: বেঁকী নৈৰ দলঙৰ ওপৰত এদল যুৱকে জ্বলাই দিলে এগৰাকী যুৱতীক

Burn

বৰপেটা জিলাৰ সৰভোগত অমানৱীয় ঘটনা

বৰপেটা ৰোডত লোমহৰ্ষক ঘটনা

বেঁকী নৈৰ দলঙৰ ওপৰত জ্বলাই দিলে যুৱতীক

কেইজনমান যুৱকে অগ্নি সংযোগ কৰাৰ অভিযোগ

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেঁকী নৈৰ দলঙত এই ঘটনা

এখন বাহনত লৈ আহিছিল যুৱতীগৰাকীক

অগ্নিদগ্ধ অৱস্থাত চিঞৰ-বাখৰ যুৱতীৰ

চিঞৰ শুনি ওলাই আহে স্থানীয় লোক

স্থানীয় লোকক দেখি যুৱতীগৰাকীক লৈ পলায়ন দলটোৰ

যুৱতীগৰাকীৰ জেকেট-জোতা দলঙত দলিয়াই থৈ গ’ল দলটোৱে

স্থানীয় ৰাইজে খেদি-খেদি কৰায়ত্ত কৰে এজন যুৱকক

এতিয়ালৈকে জানিব পৰা নাই যুৱতীগৰাকীৰ নাম

Category
Profile picture for user UB Photos