পঞ্চমজনলৈ বৃদ্ধি পালে ভাৰতৰ অমিক্ৰণত (OMICRON) সংক্ৰমণ ৰোগীৰ সংখ্যা

পঞ্চমজনলৈ বৃদ্ধি পালে ভাৰতৰ অমিক্ৰণত (OMICRON) সংক্ৰমণ ৰোগীৰ সংখ্যা

পঞ্চমজনলৈ বৃদ্ধি পালে ভাৰতৰ অমিক্ৰণত  (OMICRON) সংক্ৰমণ ৰোগীৰ সংখ্যা।

দিল্লীৰ আকৌ এজন ব্যক্তিৰ দেহত ধৰা পৰিল অমিক্ৰণৰ অৱস্থিতি।

টাঞ্জানিয়াৰ পৰা দিল্লীত উপস্থিত হৈছিল লোকজন।

বহিঃদেশৰ পৰা অহা কেইবাগৰাকী লোকৰ ওপৰত কৰণাৰ পৰীক্ষা কৰা হৈছিল। তাৰেই ভিতৰত ১২ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছিল কৰণাৰ উপস্থিতি । সেই ১২ গৰাকী লোকৰেই এগৰাকীৰ দেহত ধৰা পৰিছে অমিক্ৰণ ভাইৰাছ। এই ৰোগীগৰাকী দিল্লীৰ প্ৰথম অমিক্ৰণ ভাইৰাছত আক্ৰান্ত লোক।

শনিবাৰে দুজন ব্যক্তিৰ দেহত ধৰা পৰিছিল অমিক্ৰণ। আক্ৰান্ত ব্যক্তি দুগৰাকী গুজৰাট আৰু মহাৰাষ্ট্ৰৰ। দক্ষিণ আফ্ৰিকাৰ পৰা আহিছিল মহাৰাষ্ট্ৰৰ ব্যক্তিজন

বৰ্তমানলৈকে অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ৫জনলৈ বৃদ্ধি।

 

 

Category
Profile picture for user UB Photos