ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে কঠোৰ CJM আদালত, লোৱা হ’ব কঠোৰ ব্যৱস্থা…

TET

◼ ৩৩ গৰাকী ভুৱা টেট শিক্ষকৰ জামিন নাকচ CJM আদালতৰ

◼পূৰ্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল তেওঁলোকৰ জামিন

◼ইয়াৰ বিপৰীতে শুকুৰবাৰে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা হৈছিল চাৰ্জশ্বীট

◼চাৰ্জশ্বীট দাখিলৰ পিছত শনিবাৰে জামিন আবেদন কৰে ৩৩ গৰাকী শিক্ষকে

◼কিন্তু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে নাকচ কৰে জামিন আবেদন

◼CIDৰ ১০/২০২১ নং গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছে শিক্ষককেইজনক

Category
Profile picture for user UB Photos