কাৰাগাৰলৈ প্ৰেৰণ বিতৰ্কিত নেতা প্ৰদীপ দত্তৰয়ক

কাৰাগাৰলৈ প্ৰেৰণ বিতৰ্কিত নেতা প্ৰদীপ দত্তৰয়ক

◾কাৰাগাৰলৈ প্ৰেৰণ বিতৰ্কিত নেতা প্ৰদীপ দত্তৰয়ক

◾শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ প্ৰদীপ দত্তৰয়ক

◾১০ ডিচেম্বৰলৈকে কাৰাগাৰত থাকিব লাগিব দত্তৰয়

◾আদালতত জামিন আবেদন কৰিছিল বিতৰ্কিত নেতাজনে

◾জামিন আবেদন নাকচ কৰি কাৰাগাৰলৈ প্ৰেৰণ দত্তৰয়ক

◾বৰাকৰ পৰা অসমীয়া প’ষ্টাৰ আঁতৰাবলৈ দিছিল হুংকাৰ

◾থানাত সাংবাদিককো দুৰ্ব্যৱহাৰ কৰিছিল দত্তৰয়ে

◾সাংবাদিকক দুৰ্ব্যৱহাৰ সন্দৰ্ভত আৰক্ষীৰ গোচৰ ৰুজু

◾আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ

◾দত্তৰয়ৰ বিৰুদ্ধে হিন্দু যুৱ পৰিষদৰ কৰ্মীয়ে তৰিছিল গোচৰ

◾শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি প্ৰদীপ দত্তৰয়ক

◾নিশা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা হাস্পতালত ভৰ্তি

◾বুকুৰ বিষৰ বাবে হাস্পতাললৈ স্থানান্তৰ প্ৰদীপ দত্তৰয়ক

◾চিকিৎসাৰ অন্তত পুনৰ কাৰাগাৰলৈ অনা হৈছে প্ৰদীপ দত্তৰয়ক

Category
Profile picture for user UB Photos