মালিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাছৰ খুন্দাত নিহত স্কুটী আৰোহী

Maligaon Accident: Collision between Bus and Scooter

⬛মালিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

⬛তীব্রবেগী বাছৰ খুন্দাত নিহত স্কুটী আৰোহী

⬛মালিগাঁৱৰ ব্রীজত এই পথ দুৰ্ঘটনা

⬛দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ AS01 KC5638

⬛স্কুটীখনৰ নম্বৰ WB58 BH1338

⬛নিহত ব্যক্তি দুজন শিলচৰৰ শিবু সিংহ আৰু দাৰ্জিলিঙৰ গোবিন্দ প্ৰধান

⬛ঘটনা সংঘটিত কৰি পলায়ন বাছ চালকৰ

Category
Profile picture for user UB Photos