এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব আজি বিশ্ববাসী

Lunar Eclipse

এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হবলৈ গৈ আছে  বিশ্ববাসী।

৫৮০ বছৰৰ পিছত বিশ্ববাসীয়ে দেখা পাব এই দীৰ্ঘতম চন্দ্ৰগ্ৰহণ 

দুপৰীয়া ১২ বাজি ৪৮ মিনিটৰ পৰা হব এই চন্দ্ৰগ্ৰহন

এই চন্দ্ৰগ্ৰহনৰ সময়ত চন্দ্ৰটোৰ প্ৰায়  ৯৭% গ্ৰাস হব

৩ ঘণ্টা ২৮.২৩ চেকেণ্ড মহাজাগতিক পৰিঘটনাৰ সাক্ষী হব বিশ্ববাসী

পৰিসমাপ্তি ঘটিব ৪ বাজি ১৭ মিনিটত

শতিকাৰ ২২৮টা  চন্দ্ৰগ্ৰহণৰ ভিতৰত এই চন্দ্ৰগ্ৰহণ হব দীৰ্ঘতম।

Category
Profile picture for user UB Photos