‘মহাবিদ্যালয়সমূহত নাথাকিব একাদশ-দ্বাদশ শ্ৰেণী’! কি হ’ব পৰবৰ্তী সিদ্ধান্ত?

Ranoj Pegu

◾ ষ্টাফ কলেজত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদ মেল

◾ কেইবাটাও গুৰুত্বপুৰ্ণ সিদ্ধান্ত ঘোষণা

◾ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ উত্তৰ-পূব শৈক্ষিক সন্মিলন

◾ অহা ২০ আৰু ২৭ নৱেম্বৰত অনুষ্ঠিত হ’ব এই সন্মিলন

◾ GMCHৰ প্ৰেক্ষাগৃহত উদ্বোধনী অনুষ্ঠান

◾ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

◾ উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

◾ অনুষ্ঠানত উপস্থিত থাকিব উত্তৰ-পূবৰ শিক্ষামন্ত্ৰীসকল

◾ উপস্থিত থাকিব উত্তৰ-পূবৰ সকলো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল

◾ নতুন শিক্ষানীতিক বাস্তৱত ৰূপায়ণৰ প্ৰয়াস

◾ ‘মহাবিদ্যালয়সমূহত নাথাকিব একাদশ-দ্বাদশ শ্ৰেণী’

◾ ২০২২ চনৰ পৰা পৃথক হ’ব একাদশ-দ্বাদশ শ্ৰেণী

Category
Profile picture for user UB Photos