অৱশেষত পোহৰলৈ আহিল বেলতলা ছাৰ্ভে হত্যাকাণ্ডৰ অভিযুক্ত।
আকাশ চৌধুৰীয়ে নিজেই হত্যা কৰিছিল বৰুৱা দম্পত্তিক।
মাটি - সম্পত্তিৰ বাবে নহয় এই হত্যাকাণ্ড।
কিয়নো হাজোত ১কঠা ৭লেচা মাটি আকাশক দিছিল ননী গোপাল বৰুৱাই।
অন্য কাৰণতহে বৰুৱা দম্পত্তিক হত্যা কৰিছিল কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে ।
ইতিমধ্যে আৰক্ষীৰ মাৰাথন জেৰাত এই কথা স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ মুল অভিযুক্ত আকাশ চৌধুৰীয়ে।
Category
- Log in to post comments