বেলতলা হত্যা কাণ্ডৰ মূল অভিযুক্ত আকাশ চৌধুৰী

Beltola murder case

হত্যা কাণ্ডৰ মূল অভিযুক্ত আকাশ চৌধুৰী।

Crime Branch,CID আৰু মহানগৰ আৰক্ষীৰ তদন্ত।

পিছফালে থকা এটা চাবিৰ সহায়ত ঘৰৰ দৰ্জা খোলি প্ৰৱেশ কৰিছিল।

হত্যাকাণ্ডক ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল আকাশ চৌধুৰীয়ে।

আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ আকাশ চৌধুৰীয়ে ভিতৰৰ পৰি ভাঙি পেলাইছিল খিৰিকীৰ গ্ৰীল।

ভ‌ঙা খিড়িকীৰ গ্ৰীলত পোৱা গৈছে আকাশৰ আঙুলিৰ চাপ। ফৰেঞ্চিয়ে লাভ কৰিছে এই তথ্য ।

সকলো বৈজ্ঞানিক তদন্তত আকাশ চৌধুৰীৰ সপক্ষে প্ৰমাণ পোৱা গৈছে।

বৰ্তমান জোৰা চলাই থকা হৈছে আকাশ চৌধুৰীক।

Category
Profile picture for user UB Photos