মাত্ৰ দুঘণ্টাৰ বাবেহে ৰাজ্যবাসীয়ে ফুটাব পাৰিব ফটকা- প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ড

Diwali Rules

সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ দীপাৱলীৰ প্ৰস্তুতিত ব্যস্ত সমগ্ৰ ৰাজ্যবাসী ৷

দীপাৱলীৰ প্ৰস্তুতিৰ মাজতে জাৰি কৰা হ’ল দীপাৱলীৰ বাবে গুৰুত্বপূৰ্ণ নীতি- নিৰ্দেশনা ৷ সমাগত পোহৰৰ উৎসৱক লৈ কঠোৰ প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ড  ৷

Diwali crackers

মাত্ৰ দুঘণ্টাৰ বাবেহে ৰাজ্যবাসীয়ে ফুটাব পাৰিব ফটকা ৷ নিশা ৮ৰ পৰা ১০ বজালৈ ফটকা জ্বলোৱাৰ অনুমতি প্ৰদান কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ৷ আনহাতে গ্ৰীণ ফটকা বিক্ৰী আৰু জ্বলোৱাৰহে অনুমতি দিছে প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডে ৷

Fire Cracker

আনহাতে ৰাষ্ট্রীয় সেউজ ন্যায়াধীকৰণৰ ব’ৰ্ডে উচ্চ প্ৰাবল্যৰ ফটকা ফুটুৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৷

Category
Profile picture for user UB Photos