শিলচৰত অসমীয়া ভাষাত লিখা পোষ্টাৰত ক’লা ৰং সনা কৰ্যই সমগ্ৰ ৰাজ্যতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অসমীয়া ভাষাক অপমান কৰাক লৈ এতিয়া ২ বঙালী সংগঠনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। কাছাৰ জিলা প্ৰশাসনে বঙালী সংগঠন দুটাৰ বিৰুদ্ধে ৰুজু কৰিছে ২টাকৈ গোচৰ। ঘটনাক লৈ তদন্তত নামি পৰিছে কাছাৰ জিলা প্ৰশাসন।
তাৰ লগতে দিছপুৰ থানাতো একাধিক সংগঠনে ৰুজু কৰিছে গোছৰ। খিলঞ্জীয়া অধিকাৰ মৰ্চা, সদৌ অসম সংখ্যাগুৰু ছাত্ৰ সন্থাৰ লগতে দ্উৰী পিপুল জাষ্টিছ ফ’ৰামেও ৰুজু কৰিলে গোছৰ.
Category
- Log in to post comments