প্ৰায় ডেৰ বছৰৰ অন্তত আজি খুলিল বিদ্যালয়সমুহ

School Reopen

আজিৰে পৰা খুলিল বিদ্যালয়সমুহ। প্ৰায় ডেৰ বছৰৰ অন্তত বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকল। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আজিৰে পৰা আৰম্ভ হৈছে পাঠদান।

চাফ- চিকুণতাৰে আৰু সম্পুৰ্ণ ক’ভিড প্ৰট’কল মানি পাঠদানৰ বাবে সাজু বিদ্যালয়সমুহ। বাধ্যতামুলক কৰি দিয়া হৈছে মাস্ক, ছেনিটাইজাৰৰ ব্যবহাৰ।

উল্লেখ্য যে, ইতিমধ্যে আৰম্ভ হৈছিল নৱমৰ পৰা ওপৰৰ শ্ৰেণীসমুহৰ পাঠদান।

Category
Profile picture for user UB Photos