এখন ব্যতিক্ৰমী পূজা! প্রায় ৮০ফুট উচ্চতাৰ অসমীয়াৰ গৌৰৱেৰে নির্মাণ হ'ল পূজা মণ্ডপখন

এখন ব্যতিক্ৰমী পূজা! প্রায় ৮০ফুট উচ্চতাৰ অসমীয়াৰ গৌৰৱেৰে নির্মাণ হ'ল পূজা মণ্ডপখন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভক্ত দৃষ্টিৰ আকৰ্ষণ কৰাৰ বাবে পূজা সমিতি সমূহে আটক ধুনীয়াকৈ সজাই পজাই তুলিছে পূজা মণ্ডপসমূহ।

বৰপেটা ৰোডতো দেখিবলৈ পোৱ গ’ল এখন ব্যতিক্ৰমী পূজা মণ্ডপ। বৰপেটাৰ মুৰী বজাৰত নেতাজী সংঘই প্রায় ৮০ফুট উচ্চতাৰ বৃহৎ আকাৰৰ অসমীয়াৰ গৌৰৱ জাপিৰ আর্হিত নির্মাণ কৰিছে পূজা মণ্ডপ। বাঁহ-খেৰ-বেতেৰে বিশাল বাজেটেৰে নির্মাণ কৰি উলিয়াইছে এই পূজা মণ্ডপ।

জাপিৰ আৰ্হিত প্রস্তুত কৰা এই পূজা মণ্ডপে এতিয়া সকলোৰে দৃষ্টি আর্কর্ষণ কৰিছে।

উল্লেখ্য যে, প্রতিবছৰে বৰপেটাৰোডত নেতাজী সংঘই পৃথকৈ তৈয়াৰ কৰে পূজাৰ মণ্ডপ।

 

Category
Profile picture for user UB Photos