
GNRCত বিশ্ব হৃদ দিৱস পালন
উপস্থিত বহুকেইগৰাকী অভিজ্ঞ চিকিৎসক
হৃদপিণ্ডটো সুস্থ কৰি ৰাখিবৰ বাবে বিভিন্ন পৰামৰ্শ
সাংবাদিক, শিক্ষক , আৰক্ষী আৰু জেষ্ঠ্য নাগৰিকৰ বাবে বিশেষ পেকেজ
হৃদৰোগৰ সকলো পৰীক্ষা বিনামূলীয়া
চিকিৎসাৰ ক্ষেত্ৰত বিশেভাৱে ৰেহাই
জৰুৰীকালীন ৰোগীৰ প্ৰথম ২৪ ঘন্টাৰ চিকিৎসা বিনামূলীয়া
কাইলৈৰ পৰা GNRCৰ চাৰিওখন চিকিৎসালয়ত উপলব্ধ হ'ব
Category
- Log in to post comments