চুলি বেয়াকৈ কাটি দুই কোটি ক্ষতিপূৰণ চেলুনৰ

Two crore compensation salons with bad hair cut

এগৰাকী মডেলৰ চুলি বেয়াকৈ কাটি দিয়াৰ বাবে নতুন দিল্লীৰ পঞ্চতাৰকা আইটিচি মোর্যক দুই কোটি টকা ক্ষতিপূৰণ আদায় দিয়াৰ নির্দেশ দিছে ৰাষ্ট্রীয় গ্রাহক অভিযোগ নিৰসন আয়োগ (নেচনেল কনজিউমাৰ ডিছপুটছ ৰিড্রেছাল কমিছন বা এনচিডিআৰচি)–এ ৷

কালি এনচিডিআৰচিয়ে অতি শোচনীয় মানৰ পৰিসেৱা আৰু চুলিৰ প্রতি গাফিলতিৰ বাবে গ্রাহকক দুই কোটি টকা ক্ষতিপূৰণ হিচাপে আদায় দিবলৈ নির্দেশ দিছে ৷ ৮ সপ্তাহৰ ভিতৰত এই ক্ষতিপূৰণ আদায় দিব লাগিব হোটেলখনে ৷

Category
Profile picture for user UB Photos