আফগানিস্তানত শীঘ্ৰেই গঠন হ’ব তালিবানৰ চৰকাৰ

Taliban government to be formed soon in Afghanistan

তালিবানৰ পঞ্জশিৰ দখলৰ দাবী মিছা বুলি নেশ্যনেল ৰেজিষ্টেন্সে আখ্যা দিছে যদিও পঞ্জশিৰ দখলৰ দাবী কৰিছে তালিবানে।

তাৰ লগে লগে আফগানিস্তানত শীঘ্ৰেই চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে তালিবানে৷ চৰকাৰ গঠন অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব পাকিস্তান, চীন, ৰাছিয়া, কাটাৰ, তুৰস্ক, ইৰাণক৷ কিন্তু নাম নাই ভাৰতৰ ৷

চিন্তনীয় বিষয়টো হ’ল, আফগানিস্তানৰ সন্ত্ৰাস যিকোনো সময়তে কাশ্মীৰলৈ বিয়পিব পাৰে বুলি ৰাছিয়াই সতৰ্ক কৰি দিছে ভাৰতক ৷

Category
Profile picture for user UB Photos