অর্ধনগ্ন হৈ ৰে’লত ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে বিধায়কে!

The MLA walks from head to head on the train half naked!

অন্তর্বাস পৰিধান কৰি ৰে’লত ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে এইজন বিধায়কে। 

বিহাৰৰ জে ডি (ইউ)ৰ বিধায়ক এগৰাকীৰ কাণ্ড এইয়া। 

অর্ধনগ্ন বিধায়কগৰাকীৰ নাম গোপাল মণ্ডল ৷

বিধায়কজনৰ এনেকৰাৰ পিছতে এতিয়া আলোড়ন তুলিছে সংবাদ মাধ্যমত ৷

পাটনা-নতুন দিল্লী তেজছ এক্সপ্রেছেৰে যাত্রা কৰাৰ সময়ত বিহাৰৰ এই বিধায়কগৰাকীয়ে অন্তর্বাস পৰিধান কৰি যাত্রীসকলৰ মাজত সৃষ্টি কৰে সন্ত্রাসৰ ৷

ইতিমধ্যে মণ্ডলৰ দুখন ছবিয়ে ফেচবুকত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

যাত্রীসকলৰ অভিযোগ অনুসৰি বিধায়কগৰাকীয়ে সঘনে সহযাত্রীসকলক ভাবুকি দিছিল ৷

অৱশ্যে বিধায়কগৰাকীয়ে পেটৰ অসুখৰ বাবে সঘনে শৌচালয়লৈ যাবলগীয়া হোৱা বাবে এনেদৰে কাপোৰ খুলি ৰাখিছিল বুলি স্পষ্টীকৰণ দিছে ৷

Category
Profile picture for user UB Photos