স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল। আজিৰে পৰা কাৰ্যকৰি হ’ব নতুন SOP। জনতা ভৱনত সংবাদ মেল স্বাস্থ্যমন্ত্ৰীৰ - 
 
- নিশা ৯ বজাৰ পৰা ৫ বজালৈ সান্ধ্য আইন
 - নিশা ৮ বজালৈ খোলা থাকিব দোকান-পোহাৰ
 - এপালি ভেকচিন লোৱা কৰ্মচাৰীয়ে কাৰ্যালয়লৈ আহিব লাগিব
 - ১০ দিনৰ তথ্যৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ
 - মুকলি কৰা হ’ল আন্তঃজিলা যাতায়াত
 - আজি ১১ বজাৰ পৰা কাৰ্যকৰী এইসমূহ নিয়ম
 - ১০০ শতাংশ যাত্ৰী কঢ়িয়াব পাৰিব সকলো বাহনে
 - বাইকত উঠিব পাৰিব দুজন ব্যক্তি
 - অতিৰিক্ত যাত্ৰী কঢ়িয়ালে ভৰিব লাগিব জৰিমনা
 - যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক
 - দ্বাদশ শ্ৰেণীৰ সকলো চূড়ান্ত বৰ্ষৰ পাঠদান মুকলি
 - শিক্ষক-কৰ্মচাৰী সকলোৱে ল’ব লাগিব ভেকচিন
 - ৩ দিনৰ ভিতৰত ল’ব লাগিব ভেকচিন
 - ৬ ছেপ্টেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ
 - এটা শ্ৰেণীত প্ৰতিষেধক লোৱা ৩০গৰাকী শিক্ষাৰ্থী উপস্থিত থাকিব পাৰিব
 - ৫০ জনৰে পাতিব পাৰিব ৰাজহুৱা অনুষ্ঠান, ল’ব লাগিব স্থানীয় আৰক্ষী থানাৰ অনুমতি। ২০০ ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ল’ব লাগিব উপায়ুক্তৰ অনুমতি।
 - বিবাহ, মৃতকৰ সৎকাৰত ৫০জন লোকৰ অনুমতি প্ৰদান
 - ধৰ্মীয় স্থানত প্ৰতিঘণ্টাত ২০জন লোকৰ প্ৰৱেশৰ অনুমতি।
 
Category
              
          - Log in to post comments