
আদালতত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে গায়ক হানী সিঙক।
গার্হস্থ্য হিংসা গোচৰত গায়ক হানী সিঙক হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে আদালতত৷
হানী সিঙৰ পত্নী চালিনী তলৱাৰে দাখিল কৰা এক গার্হস্থ্য হিংসাৰ গোচৰত আজি দিল্লী আদালতত হানী সিং হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও স্বাস্থ্য অৱনতী হোৱা বুলি উপস্থিত নাথাকিল হানী সিং৷
সেই বাবে দিল্লী মেট্র’পলিটান দণ্ডাধীশ তানিয়া সিঙে কোনো আইনৰ ঊর্ধ্বত নহয় বুলি পৰৱর্তী শুনানিত সোঁ-শৰীৰে আদালতত উপস্থিত থাকিবলৈ নির্দেশ দিছে হানী সিঙক৷
Category
- Log in to post comments