হজযাত্ৰাৰ বাবে চৌদী আৰব চৰকাৰৰ নতুন নিয়ম

হজযাত্ৰাৰ বাবে নতুন নিয়ম

#news_time_assam #COVID-19 #SaudiArabia #Guidelines

কৰ'ণা কেন্দ্ৰীক পৰিৱেশৰ মাজত সকলো উৎকণ্ঠাৰ অন্ত পেলাই জুলাই মধ্যভাগত আৰম্ভ হ'ব হজযাত্ৰ৷ এই কথা ঘোষণা কৰিছে চৌদী আৰবৰ চৰকাৰ ওমৰাহ মন্ত্ৰণালয়ে৷ প্ৰতিজন হজযাত্ৰীৰ বাবে টীকাকৰণ হব বাধ্যতামূলক৷

  বৰ্তমান ক'ভিড প্ৰটকল বলৱৎ থকা আৰবীয় দেশখনৰ চৰকাৰে হজৰ বাবে মাত্ৰ ৬০ হাজাৰ লোককহে অনুমতি প্ৰদান কৰিছে৷ ইয়াৰে ১৫ হাজাৰ চৌদী আৰবীয়া নাগৰিকে ভাগ ল'ব হজত৷

  আনহাতে ৬০উৰ্ধৰ লোকসকলে ভেকচিন লোৱাটো বাধ্যতামূলক কৰিছে চৌদী চৰকাৰে৷

  উল্লেখ্য যে, বিগত সময়ত হজযাত্ৰা কৰিছিল প্ৰায় ২৯ লাখ লোকে৷

Category
Profile picture for user UB Photos