UB Photos September 15 / 2020 ড্ৰাগছৰ ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী। পল্টনবজাৰত বৃহৎ পৰিমানৰ ব্ৰাউন ছুগাৰ জব্দ কৰে আৰক্ষীয়ে। ব্ৰাউন ছুগাৰৰ ১১টা পেকেটৰ লগতে দুগৰাকী মহিলাক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলা দুগৰাকী বাহৰ পাতি আছিল মণি কুমাৰ চুব্বা ভৱনত। Category News Log in to post comments