পানবজাৰ থানাৰ নৱনিৰ্মিত ভৱন মুকলি মুখ্যমন্ত্ৰীৰ

পানবজাৰ থানাৰ নৱনিৰ্মিত ভৱন মুকলি মুখ্যমন্ত্ৰীৰ

পানবজাৰ থানাৰ নৱনিৰ্মিত ভৱন মুকলি মুখ্যমন্ত্ৰীৰ।

মৈত্ৰি আঁচনিৰ অধিনত নবিকৰণ থানাখনৰ ভৱন।

মুকলি কৰি গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ l

     সমগ্ৰ উত্তৰ-পুৱ এচিয়াৰ ব্যস্ত চহৰ হ'ব গুৱাহাটী। সেয়ে গুৱাহাটীক স্মাৰ্টচিটি হিচাপে গঢ় দিয়া হৈছে। স্মাৰ্টচিটিৰ বাবে স্মাৰ্ট পুলিচৰ দৰকাৰ হ'ব।

বিশেষকৈ গুৱাহাটীত স্মাৰ্ট পুলিচ লাগিব।নৱনিৰ্মিত ভৱন মুকলি নৱনিৰ্মিত ভৱন মুকলি

      স্মাৰ্ট পুলিচৰ বাবে থানাত  এটি সুন্দৰ পৰিবেশৰ প্ৰয়োজন। সেয়েহে সমগ্র ৰাজ্যৰ লগতে মহানগৰীৰো থানা সমুহ উন্নত কৰা আৰম্ভ হৈছে। সকলো আধুনিক ব্যৱস্থা আৰু ৰাইজৰ সহায়ক হ'ব লাগিব থানা আৰু আৰক্ষী।
নৱনিৰ্মিত ভৱন মুকলি  কৰি মুখ্যমন্ত্ৰী সনোৱালৰ এই মন্তব্য।

Category
Profile picture for user UB Photos