ইংৰাজী সাহিত্যৰ প্ৰখ্যাত অধ্যাপক ড০ অমৰেশ দত্ত নাই

ইংৰাজী সাহিত্যৰ প্ৰখ্যাত অধ্যাপক ড০ অমৰেশ দত্ত নাই

ইংৰাজী সাহিত্যৰ প্ৰখ্যাত অধ্যাপক ড০ অমৰেশ দত্ত নাই
১০২ বছৰ বয়সত ডিব্ৰুগড়ত মৃত্যু দেশৰ বিশিষ্ট শিক্ষাবিদগৰাকীৰ
শ্বেইক্সপীয়েৰ বিশেষজ্ঞ হিচাপে পৰিচিত আছিল ড০ দত্ত 
সাহিত্য অকাডেমিৰ ভাৰতীয় সাহিত্যৰ বিশ্বকোষ প্ৰণয়ন সমিতিৰ প্ৰধান সম্পাদক আছিল
১৯১৮ চনত জন্ম হৈছিল অমৰেশ দত্তৰ
মধ্যপ্ৰদেশৰ সাগৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কৰিছিল অধ্যাপনা
গুৱাহাটী বিশ্ববিদ্যালয়ত ১৯৬০ৰ পৰা ১৯৮০ লৈ অধ্যাপনা
শতায়ু অতিক্ৰম কৰাৰ পাছতো আছিল সুস্বাস্থ্যৰ গৰাকী
প্ৰকাশিত গ্ৰন্থঃ Captive moments, Time's Harvest, Shakespeare's Tragic Vision and Art
ডিব্ৰুগড় নালিয়াপুল বাসগৃহত ৰাজ্যিক মৰ্যাদাৰে কৰা হ'ব শেষকৃত্য l

Category