মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱাজী ৰাও পাটিলৰ মৃত্যু

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা শিৱাজী ৰাও পাটিলৰ মৃত্যু

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা শিৱাজী ৰাও পাটিলৰ মৃত্যু। 

কোভিড-১৯ পজিটিভ ধৰা পৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ।

     কিছু দিনৰ পূৰ্বে ক'ভিড পজিটিভ পৰিছিল যদিও  পাছত  পৰীক্ষা কৰাত   নিগেটিভ ধৰা পৰে শিৱাজী ৰাওৰ শৰীৰত।

পিছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ এতিয়ালৈকে মৃত্যৰ কাৰণ জানিব পৰা হোৱা নাই।

Category