প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আক্ৰান্ত ক'ভিড- ১৯ ত

প্ৰাক্তন মন্ত্ৰী , বিধায়ক ৰকিবুল হুছেইন আক্ৰান্ত হৈছে ক'ভিড- ১৯ ত ৷

প্ৰাক্তন মন্ত্ৰী , বিধায়ক ৰকিবুল হুছেইন আক্ৰান্ত হৈছে ক'ভিড- ১৯ ত ৷
চ’চিয়েল মিডিয়াৰ জৰিয়তে নিজেই ক'ভিড ১৯ পজিটিভ ওলোৱাৰ কথা প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে ।
প্ৰাক্তন মন্ত্ৰী গৰাকীৰ লগতে তেওঁৰ পত্নীও পজিটিভ ।
লগতে যোৱা চাৰিদিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰাই ল'বলৈ চ'ছিয়েল মিডিয়াযোগে অনুৰোধ জনাইছে ৰকিবুল হুছেইনে ।

Category
Profile picture for user UB Photos