ধুবুৰীত প্ৰথম গৰাকী ক'ৰনা আক্ৰান্ত ব্যক্তিৰ মৃত্যু

ধুবুৰীত প্ৰথম গৰাকী কৰনা আক্ৰান্ত ব্যক্তিৰ মৃত্যু

 ধুবুৰীত প্ৰথম গৰাকী কৰনা আক্ৰান্ত ব্যক্তিৰ মৃত্যু ।

মৃত ব্যক্তি গৰাকী ডুমৰদহ ৩য় খণ্ড গাৱৰ মহেন্দ্ৰ ৰায়। 

আজি পুৱতিনিশা ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হয় ৰায়ৰ ।

মৃত ব্যক্তিগৰাকীৰ বয়স ৮৫ বছৰ বুলি জানিব পৰা গৈছে ।

দুদিনপূৰ্বে সোৱাৰ পৰীক্ষা কৰি ধুবুৰী ঝগৰাৰপাৰ কভিড চিকিৎসালয়ত পৰিয়ালৰলোকে ভৰ্তি কৰাইছিল ।

হৃদৰোগত বহুদিনধৰি  আক্ৰান্তহৈ আছিল লোকজন।

ডুমৰদহ কালি মন্দিৰ শ্মশানত সম্পূৰ্ণ নীতি নিয়মেৰে শেষ কৃতিত্ব সমপৰ্ণ কৰে।

সম্প্ৰতি জিলা দণ্ডাধীশ শ্মশানত  উপস্থিতিত শেষ কৃতিত্ব সম্পন্ন হয়।

Category
Profile picture for user UB Photos