ঈদৰ আনন্দৰ মাজতেই দুৰ্ঘটনা/ বাইকৰ মুখামুখি সংঘৰ্ষ

ঈদৰ আনন্দৰ মাজতেই কচুৱা জুৰিপাৰত দুখন বাইকৰ মুখামুখি সংঘৰ্ষ।

 

ঈদৰ আনন্দৰ মাজতেই কচুৱা জুৰিপাৰত দুখন বাইকৰ মুখামুখি সংঘৰ্ষ।

দুই বাইক আৰোহী গুৰুতৰভাৱে আহত।

আহত দুজনৰ নাম চৰীফউদ্দিন,জাহেদ আলী।

অহত দুয়োকে সংকটজন অৱস্থাত নগাঁৱলৈ প্ৰেৰণ ।

Category
Profile picture for user UB Photos