জনতা ভৱনত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা/ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক ঐতিহাসিক আখ‍্যা

ভাৰতৰ শিক্ষাখণ্ডৰ বাবে ডাঙৰ খৱৰ

জনতা ভৱনত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত অনুমোদন

ভাৰতৰ শিক্ষাখণ্ডৰ বাবে ডাঙৰ খৱৰ

ৰাষ্ট্ৰীয় শিক্ষানীতিত ঐতিহাসিক ঘোষণা আখ্যা শিক্ষামন্ত্রীৰ চাৰিটা ভাগত বিভক্ত নতুন শিক্ষানীতি

প্ৰাথমিকৰপৰা মাধ্যমিক লৈ নতুন প্ৰৱৰ্তন

৩+৪+৫নতুন পদ্ধতিৰে আৰম্ভ হ'ব প্ৰাথমিক শিক্ষা

পঞ্চম শ্ৰেণীলৈ বাধ্যতামূলক হ'ব মাতৃভাষা

স্নাতকৰ এবছৰ পঢ়িলে পাব চাৰ্টিফিকেট, দুবছৰ পঢ়িলে ডিপ্ল'মা, তিনিবছৰ পঢ়িলে ডিগ্ৰী আৰু চাৰিবছৰ পঢ়িলে ডিগ্রীৰ লগতে গৱেষণাৰ ডিগ্রী

কলা আৰু বিজ্ঞান বিভাগ কৰা হ'ব একাত্ম

২০২১বৰ্ষত জানুৱাৰীৰ ভিতৰত প্ৰস্তুত হ'ব ব্লুপ্ৰিণ্ট

৪০ জনীয়া কমিতিয়ে দিব অধিসূচনা আৰু নতুন যুৱক-যুৱতী হ'ব শিক্ষা বিভাগত

৪৫দিনৰ ভিতৰত ৩২০টা নতুন পদত নিযুক্তি প্ৰক্ৰিয়া সম্পন্নৰ আচ্ছাস


১৬খন কলেজত বিজ্ঞান শাখা অন্তৰ্ভুক্তিৰ নিৰ্দেশ।

৭দিনৰ ভিতৰত বিজ্ঞাপন প্ৰচাৰৰ নিৰ্দেশ।

১৫আগষ্টৰ ভিতৰত কেইবাখনো স্কুল প্ৰাদেশীকৰণ।

প্ৰাদেশীকৰণৰ পথত ৩৫৫খন বিদ‍্যালয়।


নতুনকৈ ১৯৭খন হাইস্কুল প্ৰাদেশীকৰণ ৯খন হায়াৰচেকেণ্ডাৰী,১৪৯খন কণিষ্ঠ মহাবিদ‍্যালয় প্ৰাদেশীকৰণ।

নতুনকৈ ৩০খন কলেজত ২৪১জন শিক্ষক প্ৰাদেশীকৃত কৰা হ'ব।

৩৩৫৯জন মাধ‍্যমিকৰ শিক্ষক প্ৰাদেশীকৃত হ'ব।

৬৯০খন কলেজৰ শিক্ষক প্ৰাদেশীকৃত হ'ব।

১১৯খন চাহ বাগিছাৰ বাবে হাইস্কুৰ নিৰ্মাণ।


২অক্টোবৰৰ পৰা নিৰ্মানৰ কাম আৰম্ভ।

 প্ৰতিখন বিদ‍্যালয়ৰ বাবে ১কোটি ৯২লাখ টকাৰ অনুদান
স্কুল কলেজ খোলাৰ ক্ষেত্ৰত মন্তব‍্য।

১ চেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা।কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিব চুড়ান্ত সিদ্ধান্ত।

Category
Profile picture for user UB Photos