লখিমপুৰৰ ওখমাটিত মিছিং স্বায়ত পৰিষদৰ আঁচনিৰ নিৰ্মাণকাৰ্য্য শুভাৰম্ভণী

লখিমপুৰৰ ওখমাটিত  মিছিং স্বায়ত পৰিষদৰ আঁচনিৰ নিৰ্মাণকাৰ্য্য শুভাৰম্ভণী


   


লখিমপুৰ জিলাৰ মিছিং স্বায়ত্ব পৰিষদৰ ১৮ নং ভিমপৰা বগীনদী সমষ্টিৰ অন্তৰ্গত ওখমাটি নাহৰণি প্ৰথমিক বিদ্যালয়ৰ বাউণ্ডৰি ৱালৰ ৭ লাখ টকীয়া আচনিৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভণী কৰে ১৮ নং ভিমপৰা বগীনদী সমষ্টিৰ  সাধাৰণ সদস্য অনিল পায়েঙে ।

মিছিং স্বায়ত্ব পৰিষদ ১৮ নং ভিমপৰা বগীনদী সমষ্টিৰ সাধাৰণ সদস্য অনিল পায়েঙে কয় যে সমষ্টিৰ অন্তৰ্গত সকলো বিদ্যালয়ৰ আন্তগাঠনিৰ দিশৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে ।

এই শুভাৰম্ভণী অনুস্থানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী লগতে স্থানীয় ৰাইজ তথা মিছিং স্বায়ত্ব পৰিষদৰ প্ৰতিনিধি উপস্থিত থাকে ।

 

Category
Profile picture for user UB Photos