২০২৫বৰ্ষৰ সাহিত্য অকাডেমী ঘোষণা।
প্ৰসিদ্ধ সাহিত্যিক দেৱব্ৰত দাসলৈ ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা।
বিশিষ্ট লেখক দেৱব্ৰত দাসলৈ সাহিত্য অকাডেমী সন্মান।
‘‘কড়ি খেলাৰ সাধু’’ উপন্যাসৰ বাবে দাসলৈ এই সন্মান।
বিশেষ কাৰণত এই সন্মান ঘোষণা কৰা নাছিল সাহিত্য অকাডেমীয়ে।
অসমীয়া ভাষাৰ লগতে আন ২৩টা ভাষাতো প্ৰদান কৰা হৈছে এই সন্মান।
চহায়ছুলি ব্ৰহ্মই বড়ো ভাষাৰ ‘দৌংৱি লামা মৌনসে গাথৌ’ লাভ কৰে এই সন্মান।
Category
- Log in to post comments