এইবৰ্ষৰ ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত চেপন বিহু সন্মিলনৰ গুৰুত্বপূৰ্ণ ঘোষণা। এইবৰ্ষৰ ৰঙালী বিহুৰ কাৰ্যসূচী বাতিল চেপন ৰঙালী বিহু সন্মিলনৰ। লগতে এইবেলি চেপন ৰঙালী বিহু সন্মিলনে অনুষ্ঠিত নকৰে সাংস্কৃতিক অনুষ্ঠান।
কেৱল পতাকা উত্তোলনেৰেই ধাৰাবাহিকতা পালন কৰা হ’ব চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলৰন। বিহু সন্মিলনখনৰ সৈতে আৰম্ভণিৰ পৰাই জড়িত আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চেপন ৰঙালী বিহু সন্মিলনে।
দেওবাৰৰে এক বিজ্ঞপ্তিযোগে এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে।
- Log in to post comments