​​​​​​​শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ

guwahati news

শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ।

সোমবাৰে পুৱাই ব্ৰহ্মপুত্ৰত জাপ দি প্ৰেমিক-প্ৰেমিকাই ল'লে চৰম সিদ্ধান্ত।

জালুকবাৰীৰ দিশৰ পৰা গৈ ব্ৰহ্মপুত্ৰত জাপ দিয়ে দুয়োৱে।

এইপর্যন্ত উদ্ধাৰ হোৱা নাই দুই যুৱক-যুৱতীহালৰ পৰিচয়।

কিহৰ বাবে এই ঘটনা সংঘটিত কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Category