সোমবাৰে নিশা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত শোকাৱহ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই ডিভাইদাৰত খুন্দা এখন অল্ট’ বাহনৰ।
দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতী।
নিহত যুৱতীগৰাকী ফটাশিল আমবাৰীৰ নিহা দাস বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, বাহনখনত যুৱতীগৰাকীকে ধৰি ৪গৰাকী লোক আছিল দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুজন যুৱকৰ ।ভাড়াতীয়া অল্ট’খনৰ চালকজনক আটক কৰে পাণবজাৰ আৰক্ষীয়ে অল্ট’খনৰ চালকজন সুৰাসক্ত অৱস্থাত আছিলে বুলি জানিব পৰা গৈছে।
আজি GMCHত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব নিহা দাসৰ ।ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্রী আছিল নিহা দাস।
- Log in to post comments