চন্দ্ৰপুৰত উদ্ধাৰ যুৱকৰ মৃতদেহ।
চন্দ্ৰপুৰৰ ঠাকুৰকুচি ৰে'ল ষ্টেচনৰ সমীপত ৰে'ল পথৰ দাঁতিত উদ্ধাৰ হৈছে মৃতদেহটো।
মৃত যুৱকজন চন্দ্ৰপুৰৰ নলঘুলিৰ সমীৰ মাৰাক(১৯) বুলি জানিব পৰা গৈছে।
স্থানীয় ৰাইজে সন্দেহ কৰা মতে ৰে'ল পথৰ দাঁতিৰে খোজ কাঢ়ি আহি থকা অৱস্থাত দ্ৰুতবেগী ৰে'লৰ খুন্দাত নিহত হয় যুৱকজন ।
প্ৰাপ্ত তথ্য মতে দেওবাৰৰ বিয়লিৰ পৰা ঘৰৰ পৰা নিখোজ হৈ আছিল যুৱকজন
Category
- Log in to post comments