বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ অৰ্ধ গলিত মৃতদেহ

Guwahati Crime News

পুনৰ মহানগৰীত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ।

মহানগৰীৰ লংকেশ্বৰৰ কৈলাশ পুৰত উদ্ধাৰ অৰ্ধগলিত মৃতদেহটো।

এটি বন্ধ কোঠাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ অৰ্ধ গলিত মৃতদেহ

মৃত মহিলা মিনু বেজবৰুৱা বুলি জানিব পৰা গৈছে।।

ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষীৰ, CID ৰ লগতে ফৰেঞ্চিকৰ দল।

১৫ দিন আগতে মহিলা গৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, স্বামীয়ে পত্নীৰ মৃত্যুৰ কথা জনোৱা নাছিল ৰাইজক।একেটা ঘৰতে আজিলৈ আছিল স্বামী।গোন্ধ ওলোৱাৰ পিছত স্থানীয় ৰাইজৈ আৰক্ষীক খৱৰ দিছিল।
  
ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে 

আৰক্ষীৰ তদন্তত আটক কৰে মহিলাগৰাকীৰ স্বামী।ৰিংকু দাসক
 

Category