
শিক্ষা সেঁতু এপৰ জৰিয়তে বাধ্যতামূলকভাৱে দিব লাগিব উপস্থিতি
নতুন শিক্ষা বৰ্ষত কামৰূপ (মঃ)ৰ শিক্ষকলৈ নিৰ্দেশনা শিক্ষা বিভাগৰ
একেৰাহে ৩ দিন উপস্থিত নাথাকিলে নৈমত্তিক ছুটিৰূপে গণ্য কৰা হ’ব
নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰিব লাগিব স্নাতকোত্তৰ শিক্ষকে
গুৱাহাটীৰ সকলো প্ৰাথমিক বিদ্যালয় খোলা ৰাখিব লাগিব বিয়লি ২.০৫ বজালৈ
MV, ME স্কুল খোলা ৰাখিব লাগিব বিয়িল ৩.২৫ বজালৈ
হাইস্কুল আৰু উঃমাঃ বিদ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিয়ম
অনাশৈক্ষিক কাৰ্যত নিয়োজিত কৰ্মচাৰী উপস্থিত হ’ব লাগিব ১০ বজাৰ পূৰ্বে
তেওঁলোক বিদ্যালয়ত উপস্থিত থাকিব লাগিব বিয়লি ৪.৩০ বজা পৰ্যন্ত
সকলো নিৰ্দেশনা কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিব লাগিব বিদ্যালয়ৰ মুৰব্বীয়ে
- Log in to post comments