পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অথন্তৰ, ৪০ মিনিট পলমকৈ অনুষ্ঠিত মেট্ৰিকৰ পৰীক্ষা....

nagaon

পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অথন্তৰ
৪০ মিনিট পলমকৈ অনুষ্ঠিত মেট্ৰিকৰ পৰীক্ষা
নগাঁৱৰ শিঙিমাৰী উঃ মাঃ বিদ্যালয়ত এই ঘটনা
বিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবেই বিসংগতিৰ অভিযোগ

পৰীক্ষা কেন্দ্ৰটোত অৱতীৰ্ণ হৈছিল মুঠ ২৫৫ পৰীক্ষাৰ্থী
পলমকৈ পৰীক্ষাত বহিবলগীয়া হ’ল ১৯০ পৰীক্ষাৰ্থী
১৯০ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত পলমকৈ অনাৰ অভিযোগ
পৰীক্ষাৰ ইনচাৰ্জগৰাকীয়ে পলমকৈ বিতৰণ কৰিলে কাকত

পৰীক্ষাৰ ইনচাৰ্জগৰাকীয়ে কেৱল ১৯০খন সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত পলমকৈ অনাৰ ফলত এই বিসংগতি হোৱাৰ অভিযোগ অভিভাৱক তথা পৰীক্ষাৰ্থীৰ।

Category