স্বপ্ননীল-বিশালক জেৰাৰ পিছতে তৎপৰ হৈ পৰিছে CBI 
আতৰ্কিত অভিযান চলাই দুজনক গ্ৰেপ্তাৰ।কৰা হৈছে 
শংকৰ শ্বাহা আৰু হেমেন ৰাভা নামৰ দুজনক গ্ৰেপ্তাৰ।কৰিছে CBI য়ে
দুই অভিযুক্তক তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে CBIৰ এটা দলে
যোৱানিশা গ্ৰেপ্তাৰৰ পিছত আজি চানমাৰিস্থিত CBI আদালতত হাজিৰ।কৰোৱা হয়
ইতিমধ্যেই CBI য়ে দুয়োকে নিজৰ জিন্মাত লোৱাৰ সম্ভাৱনা
Category
              
          - Log in to post comments