অৰুণাচলত ১৩টা বৃহৎ নদীবান্ধত অনুমোদন কেন্দ্ৰৰ....

dam

 

কেন্দ্ৰই অনুমোদন জনালে বৃহৎ নদীবান্ধত

১২,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য

নেয়িং নদীবান্ধৰ জৰিয়তে ১০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য

ইটালীন নদীবান্ধৰ জৰিয়তে ৩০৯৭ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য

মুঠ ১২,৭২৩ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য

জীয়াভৰলী, নেয়িং, দিবাং, লোহিতৰ ওপৰত হ’ব নদীবান্ধ

নামনি সোৱণশিৰি প্ৰকল্পৰ ওপৰতো হ’ব আন এটা নদীবান্ধ

অৰুণাচলৰ কেইবাখনো নৈত নিৰ্মাণ হ’ব নদীবান্ধ

সোৱণশিৰিৰ আপাৰ নদীবান্ধত ২,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য

সোৱণশিৰিৰ মিডলত নদীবান্ধত ১৮০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য

আনজাও জিলাৰ লোহিত নদীৰ ওপৰতো হ’ব বৃহৎ নদীবান্ধ

কালাই-২ বৃহৎ নদীবান্ধত ১২০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য

ইয়াৰোপৰি অৰুণাচলত চিয়াং নদীত হ’ব আন ১০টা বৃহৎ নদীবান্ধ

চিঅ’মি জিলাত হ’ব ৫টা বৃহৎ নদীবান্ধ

আন ৫টা বৃহৎ নদীবান্ধ হ’ব দিবাং উপত্যকা জিলাত

Category