আজি হাৰিয়ানাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ! মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নয়াব সিং ছেইনীয়ে....

nayab singh saini

আজি হাৰিয়ানাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ
মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নয়াব সিং ছেইনীয়ে
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব নয়াৱ সিং ছেইনীয়ে
১২গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা
দুপৰীয়া ১২.৩০ বজাত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান
শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী
উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
অংশগ্ৰহণ কৰিব মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে
পঞ্চকুলা ছেক্টৰ ৫ত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান

Category