আজি আৰু কাইলৈ গুৱাহাটীত কৰা হ’ব প্ৰতিমা বিসৰ্জন....

BIJAYA1

 

আজি গুৱাহাটীত মুঠ ৫৫ খন সমিতিয়ে বিসৰ্জন কৰিব প্ৰতিমা

কাইলৈ ২৬৩ খন সমিতিয়ে বিসৰ্জন কৰিব প্ৰতিমা

সোমবাৰে প্ৰতিমা বিসৰ্জন কৰিব ১৩ খন সমিতিয়ে

লাচিত ঘাটত আজি ২৯ খন, কাইলৈ ১২৩ খন প্ৰতিমা বিসৰ্জন

সাওকুছি ঘাটত আজি ৪ খন, কাইলৈ ২৯ খন প্ৰতিমা বিসৰ্জন

বশিষ্ঠ ঘাটত আজি ৫ খন, কাইলৈ ১১ খন প্ৰতিমা বিসৰ্জন

চূণচালি ঘাটত আজি ৫ খন, কাইলৈ ১০ খন প্ৰতিমা বিসৰ্জন

পাণ্ডু ঘাটত আজি ৩ খন, কাইলৈ ১৫, সোমবাৰে ১১ খন প্ৰতিমা বিসৰ্জন

সোণাপুৰৰ ডিগাৰু ঘাটত কাইলৈ ৮ খন প্ৰতিমা বিসৰ্জন

সোণাপুৰৰ ঘাটত কাইলৈ ৯ খন প্ৰতিমা বিসৰ্জন

বৰ্ণিহাটত কাইলৈ ৪ খন প্ৰতিমা বিসৰ্জন কৰা হ’‍

ভেটাপাৰা ঘাটত কাইলৈ ২ খন প্ৰতিমা বিসৰ্জন কৰা হ

পূব মালৈবাৰী কলং নৈত আজি এখন, কাইলৈ ৪ খন প্ৰতিমা বিসৰ্জন

ৰামজীৱন ঘাটত কাইলৈ এখন প্ৰতিমা বিসৰ্জন

ঢপলীয়া ঘাটত আজি এখন, কাইলৈ ২৪ খন প্ৰতিমা বিসৰ্জন

কাছাৰী ঘাটত কাইলৈ ৩ খন প্ৰতিমা বিসৰ্জন

ব্ৰহ্মপুত্ৰৰ ধাৰাপুৰ ঘাটত কাইলৈ ৯ খন প্ৰতিমা বিসৰ্জন

পানীখাইতী ঘাটত আজি ২ খন, কাইলৈ এখন প্ৰতিমা বিসৰ্জন

হাজংবাৰী ঘাটত আজি ২ খন প্ৰতিমা বিসৰ্জন

 

Category