খালেও মৰিব, নাখালেও মৰিব
সাধাৰণ ৰোগীৰ জীৱনক লৈ হেতালি
নিম্নমানৰ ঔষধেৰে ৰোগীৰ জীৱনলৈ ভাবুকি
কেন্দ্ৰীয় ড্ৰাগ্ নিয়ামক সংস্থাৰ ভয়ংকৰ তথ্য
পৰীক্ষাত ব্যৰ্থ ৫৩বিধ জীৱনদায়িনী ঔষধ
৫৩বিধ জীৱনদায়িনী ঔষধ ব্যৱহাৰৰ অযোগ্য
পেৰাচিটামল, কেলচিয়ামৰ পৰা এণ্টিবায়’টিক টেবলেটলৈ
ভিটামিন ‘চি’, ভিটামিন ‘ডি’, বি কমপ্লেক্সলৈ অনুত্তীৰ্ণ
তালিকাত আছে ডায়েবেটিছ প্ৰতিৰোধী গ্লিমাৰপিৰিড
বিভিন্ন ঔষধ প্ৰতিষ্ঠাকাৰী কোম্পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা
ব্যৱহাৰৰ অযোগ্য বুলি নিষিদ্ধ কৰা হৈছে এইসমূহ ঔষধ
হানিকাৰক ঔষধেই প্ৰচলন হৈ আছে দেশত
ঔষধ নিৰাময়ৰ সংস্থাৰ প্ৰতিবেদনৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়া
ৰোগী আৰু পৰিয়ালৰ মাজত সৃষ্টি হৈছে আতংক
- Log in to post comments